Tag: Gangapur
-
নলবাৰীত চাঞ্চল্য: গংগাপুৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰোজ আলী আৰক্ষীৰ এনকাউণ্টাৰত নিহত | Sensational in Nalbari: Main accused of Gangapur murder, Roz Ali, killed in police encounter
নলবাৰী, ১ জুন: সমগ্ৰ অসমক জোকাৰি যোৱা গংগাপুৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰোজ আলী আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয়। আৰক্ষীৰ তথ্য অনুসৰি, ঘটনাটোৰ তদন্ত চলি থকা অৱস্থাত অভিযুক্তক আটক কৰাৰ সময়ত সংঘটিত হয় এই এনকাউণ্টাৰ। উল্লেখ্য যে, ৩১ মে’ৰ নিশা নলবাৰীৰ গংগাপুৰ অঞ্চলত সংঘটিত এক নৃশংস আক্ৰমণত AASU নেতা মাধুৰ্য বৰ্মনৰ মৃত্যু হয় আৰু মৃদুমুদ্ৰা ডেকা নামৰ…